যেতিয়া মই ক’ম –
‘মই ভালেই আছোঁ ’
তেতিয়া মই বিচাৰিম যে
তুমি মোক সাবটি ধৰা
অলপ জোৰকৈ . . .
আৰু সাবটি ধৰিয়েই
তুমি মোৰ চকুলৈ চোৱা
আৰু মোক কোৱা –
নাই , তুমি ভালেই নাই ।
A hug means a bit of peace
Inside, forgetting all pain
A fragment of smile.
A hug means arriving of spring
Where bees and flowers absorb
All the attention to loving,
When the moon shares her glowing
Light with a dark night is a hug,
Nothing but love can alter
A cruel heart to a soft lotus.
......
A hug means a bit of peace
Inside, forgetting all pain
A fragment of smile.
A hug means arriving of spring
Where bees and flowers absorb
All the attention to loving,
When the moon shares her glowing
Light with a dark night is a hug,
Nothing but love can alter
A cruel heart to a soft lotus.
......
যেতিয়া মই ক’ম –
‘মই ভালেই আছোঁ ’
তেতিয়া মই বিচাৰিম যে
তুমি মোক সাবটি ধৰা
অলপ জোৰকৈ . . .
আৰু সাবটি ধৰিয়েই
তুমি মোৰ চকুলৈ চোৱা
আৰু মোক কোৱা –
নাই , তুমি ভালেই নাই ।